TEKST PIOSENKI AAHIBA AEI NASONIW WYKONANIU ZUBEEN GARG
আহিবা অ'ই নাচনী
চিনাকি সেই চাপৰি
সজাবা ৰঙেৰে ৰঙালি
লাহিকৈ সোণ দেহাটি
মেৰিয়াই ৰিহা খনি
চিনাকি লগাকৈ চিনাকি
ৰওঁ কি নৰওঁ এইয়া
বিহুৰে বলিয়া বা
ঢোল শিঙা গগনাৰে
পেপাটিও সুৰীয়া
সিয়ৰি উঠে দেহাটি অ'
আহিবা অ'ই নাচনী
চিনাকি সেই চাপৰি
সজাবা ৰঙেৰে ৰঙালি
আমৰে ডালতে শুনো
কুলিটিৰে মাত
ব'হাগ পালেহি বুলি
দেহাৰে নাই তত্
উৰি যাওঁ, উৰি যাওঁ
মন পখিটি
আহঁতেও সলালে
হালধীয়া পাত
আমৰে ডালতে শুনো
কুলিটিৰে মাত
ব'হাগ পালেহি বুলি
দেহাৰে নাই তত্
উৰি যাওঁ, উৰি যাওঁ
মন পখিটি
আহঁতেও সলালে
হালধীয়া পাত
ৰওঁ কি নৰওঁ এইয়া
বিহুৰে বলিয়া বা
ঢোল শিঙা গগনাৰে
পেপাটিও সুৰীয়া
সিয়ৰি উঠে দেহাটি অ'
আহিবা অ'ই নাচনী
চিনাকি সেই চাপৰি
সজাবা ৰঙেৰে ৰঙালি
মহুৰা ঘূৰাব এৰি
বাতলে চাবা
আলি মূৰতে মোক
দেখাযে পাবা
ঘৰৰে দহোবন
কাটি কৰি
আহঁতৰ তললে সোণ
লৰি আহিবা
মহুৰা ঘূৰাব এৰি
বাতলে চাবা
আলি মূৰতে মোক
দেখাযে পাবা
ঘৰৰে দহোবন
কাটি কৰি
আহঁতৰ তললে সোণ
লৰি আহিবা ঐ
ৰওঁ কি নৰওঁ এইয়া
বিহুৰে বলিয়া বা
ঢোল শিঙা গগনাৰে
পেপাটিও সুৰীয়া
সিয়ৰি উঠে দেহাটি অ'
আহিবা অ'ই নাচনী
চিনাকি সেই চাপৰি
সজাবা ৰঙেৰে ৰঙালি
লাহিকৈ সোণ দেহাটি
মেৰিয়াই ৰিহা খনি
চিনাকি লগাকৈ চিনাকি
আহিবা অ'ই নাচনী
চিনাকি সেই চাপৰি
সজাবা ৰঙেৰে ৰঙালি
NAJNOWSZE ALBUMY ZUBEEN GARG (38)
- Pokaż wszystkie