TEKST PIOSENKI AEI JONI NASONIW WYKONANIU ZUBEEN GARG
অ' হ' অ'
এই জনী নাচনী গাভৰু
ইমান যে ধুনীয়া
এই জনী নাচনী গাভৰু
ককাল খামুচীয়া
যৌৱনৰ পৰশত দেহা মন বলিয়া
যৌৱনৰ পৰশত দেহা মন বলিয়া
এই জনী নাচনী গাভৰু
ইমান যে ধুনীয়া
এই জনী নাচনী গাভৰু
ককাল খামুচীয়া
যৌৱনৰ পৰশত দেহা মন বলিয়া
যৌৱনৰ পৰশত দেহা মন বলিয়া
চকুলে চালে মুখলৈ নাচায়
নাপাওঁ এশাৰী মাত
এই জনী নাচনী গাভৰু
ইমান যে ধুনীয়া
এই জনী নাচনী গাভৰু
ককাল খামুচীয়া
অ' হ' অ' অ' অ' অ' অ'
ধানে দাই আছিলি পথাৰতে
লাজে লাজে কৰি লগালো মাত
ধানে দাই আছিলি পথাৰতে
লাজে লাজে কৰি লগালো মাত
কিনো দায় লগালো অজানিতে
নাপাওঁ এষাৰি মুখৰে মাত
অ' মোৰে সোণাই কিয় বুজা নাই
মোৰে সোণাই কিয় বুজা নাই
তোৰে নো বেজাৰত মন দহি যায়
তাতৰে পাততে নাচনী
কিনো ফুল বাচিলি
নৈৰেনো ঘাটতে
ৰৈনো ৰৈ ধেমালি
নাহৰ কলিয়া যেন দুচকুতে
কিনো মায়া সনা নাজানে তাই
নাহৰ কলিয়া যেন দুচকুতে
কিনো মায়া সনা নাজানে তাই
জেতুকা বুলোৱা ওঁঠে মাথো
বাৰে বাৰে কিয় মিচিকিয়াই
অ' মোৰে সোণাই কিয় বুজা নাই
মোৰে সোণাই কিয় বুজা নাই
চকুলে চালে মুখলৈ নাচায়
নাপাওঁ এশাৰী মাত
এই জনী নাচনী গাভৰু
ইমান যে ধুনীয়া
এই জনী নাচনী গাভৰু
ককাল খামুচীয়া
যৌৱনৰ পৰশত দেহা মন বলিয়া
যৌৱনৰ পৰশত দেহা মন বলিয়া
এই জনী নাচনী গাভৰু
ইমান যে ধুনীয়া
এই জনী নাচনী গাভৰু
ককাল খামুচীয়া
যৌৱনৰ পৰশত দেহা মন বলিয়া
যৌৱনৰ পৰশত দেহা মন বলিয়া
চকুলে চালে মুখলৈ নাচায়
নাপাওঁ এশাৰী মাত
এই জনী নাচনী গাভৰু
ইমান যে ধুনীয়া
এই জনী নাচনী গাভৰু
ককাল খামুচীয়া
অ' হ' অ' অ' অ' অ' অ'
NAJNOWSZE ALBUMY ZUBEEN GARG (38)
- Pokaż wszystkie