TEKST PIOSENKI KONENG OIW WYKONANIU ZUBEEN GARG
কনেং ঐ ঐ কনেং ঐ×(২)
দিখৌ নদীৰ পাৰতে নল বিৰিণা হালে
ফাগুণী মলয়াৰ বুকুতে যৌৱন পলাশী ৰঙেৰে
কনেং অ অ অ কনেং অ×(২)
উৰনীয়া মনে যে পৰিধি নামানে
মায়াবী ভাবনাতে অজানিতেহে দোলে
ঐয়া ঐ ঐ ঐয়া ঐ
কনেং অ অ অ কনেং অ
ফাগুনত আহিবা লিগাং চাবলৈ বুকুৰে মৰমবোৰ যাচিবলৈ
চকু চাতেমাৰি ধৰে দুপৰীয়া বেলি জোৰিলে
মৰমৰ বাসও বাঢ়িলে কাৰোৰে বাধা নামানে
কনেং অ অ অ কনেং অ×(২)
যাযাবৰী সপোনে উলাহেৰে বিৰিঙে
দুটি দেহাৰ মিলনতে যৌৱন জিলিকে হেলাৰঙে
ঐয়া ঐ ঐ ঐয়া ঐ
কনেং অ অ অ কনেং অ×(৪)
মিগাং মৃন্ময় মিলি
গাওঁ-বিহগুৰি, ডাক-কামদেৱাল, জিলা-শোণিতপুৰ(অসম)
পিন-৭৮৪১৬৯
মোবাইল-৯৫৭৭০০৬৩৫৬, ৮৪০৪০৯৬৪৯৮, ৮৫৫৭৯৩৫১৪১
//= $file_data['id'] ?>//= $file_data['id'] ?>
NAJNOWSZE ALBUMY ZUBEEN GARG (38)
- Pokaż wszystkie