TEKST PIOSENKI RONGMON KOKAIYEW WYKONANIU ZUBEEN GARG
ৰংমন ককায়ে কি যাদু কৰিলে
সখীৰে দেহতে তৰনি নাই
ঘৰে বাহিৰে ক'তো নবহে
সখীৰে মনৰে পিৰণি নাই
ৰংমন ককায়ে কি যাদু কৰিলে (চেনাই মোৰ অ')
সখীৰে দেহতে তৰনি নাই
ঘৰে বাহিৰে ক'তো নবহে
বিহুতি আদৰিম আমি দুয়ো
ঢুলিয়া মই তই নাচনী
বিহুতি আদৰিম আমি দুয়ো
ঢুলিয়া মই তই নাচনী
ইচাতি বিচাতি দেহাটি
আহি পালেহিযে বিহুতি
দূৰতে বাজিছে ৰিণিকি
উতলা সুৰৰে পেপাটি
ইচাতি বিচাতি দেহাটি
আহি পালেহিযে বিহুতি
দূৰতে বাজিছে ৰিণিকি
উতলা সুৰৰে পেপাটি
ৰংমন ককায়ে কি যাদু কৰিলে
সখীৰে দেহতে তৰনি নাই
ঘৰে বাহিৰে ক'তো নবহে
সখীৰে মনৰে পিৰণি নাই
ৰংমন ককায়ে কি যাদু কৰিলে (চেনাই মোৰ অ')
সখীৰে দেহতে তৰনি নাই
ঘৰে বাহিৰে ক'তো নবহে
বিহুতি আদৰিম আমি দুয়ো
ঢুলিয়া মই তই নাচনী
বিহুতি আদৰিম আমি দুয়ো
ঢুলিয়া মই তই নাচনী
ইচাতি বিচাতি দেহাটি
আহি পালেহিযে বিহুতি
দূৰতে বাজিছে ৰিণিকি
উতলা সুৰৰে পেপাটি
ইচাতি বিচাতি দেহাটি
আহি পালেহিযে বিহুতি
দূৰতে বাজিছে ৰিণিকি
উতলা সুৰৰে পেপাটি
গাঠিৰ ধনেৰে ৰংমন ককায়ে
আনিছে বহুতো কিবা কিবি
আমাৰে মনতে লাগিছে বেজাৰ
তোমাৰে তেওঁৰে পিৰিতি দেখি
গাঠিৰ ধনেৰে ৰংমন ককায়ে (চেনাই মোৰ অ')
আনিছে বহুতো কিবা কিবি
আমাৰে মনতে লাগিছে বেজাৰ
আনিছো তোলৈ খাৰু যুৰী
ৰিহা মেখেলা কেৰু মণি
আনিছো তোলৈ খাৰু যুৰী
ৰিহা মেখেলা কেৰু মণি
কিয়নো আনিলা চেনাইটি
ৰিহা মেখেলা কেৰু মণি
আমাকে দেখি সমনীয়াৰ
মনতে উঠিছে পোৰণি
কিয়নো আনিলা চেনাইটি
ৰিহা মেখেলা কেৰু মণি
আমাকে দেখি সমনীয়াৰ
মনতে উঠিছে পোৰণি
আনলৈ নিদিবি কান অ' মৰমী
অকলে ওলাবি চাপৰিলৈ
তাতৰে বিহুৱান মোকে দিবিহি
চকুতে চকু থৈ মৰমে অ'
আনলৈ নিদিবি কান অ' মৰমী
অকলে ওলাবি চাপৰিলৈ
তাতৰে বিহুৱান মোকে দিবিহি .
NAJNOWSZE ALBUMY ZUBEEN GARG (38)
- Pokaż wszystkie