TEKST PIOSENKI SUFALIAW WYKONANIU ZUBEEN GARG
ঔ ফুলীয়া গালতে জিলিকা তোৰ
সৰু সেই তিলটোৱে
ৰাতি মোক শুব নিদিয়ে
ঔ ফুলীয়া গালতে জিলিকা তোৰ
সৰু সেই তিলটোৱে
ৰাতি মোক শুব নিদিয়ে
আলফুলীয়া দুহাতৰ টিকটিকিয়া
জেতুকাৰ বোল বোৰে
ৰাতি মোক শুব নিদিয়ে
কি কৰোঁ, কি কৰোঁ
ক'তে মৰোঁ শুকালো খিনালো
কি কৰোঁ, কি কৰোঁ
ক'তে মৰোঁ শুকালো খিনালো
ঔ ফুলীয়া গালতে জিলিকা তোৰ
সৰু সেই তিলটোৱে
ৰাতি মোক শুব নিদিয়ে
আলফুলীয়া দুহাতৰ টিকটিকিয়া
জেতুকাৰ বোল বোৰে
ৰাতি মোক শুব নিদিয়ে
কলডিলিয়াকৈ বান্ধিছিলি খোপা
তাতে চোন সৰগ দেখা পাওঁ
হেৰুৱালো মই চিত মনৰে তৰণী
কাক নো খুলি ভাঙি কওঁ
কলডিলিয়াকৈ বান্ধিছিলি খোপা
তাতে চোন সৰগ দেখা পাওঁ
হেৰুৱালো মই চিত মনৰে তৰণী
কাক নো খুলি ভাঙি কওঁ
কি কৰোঁ, কি কৰোঁ
ক'তে মৰোঁ শুকালো খিনালো
কি কৰোঁ, কি কৰোঁ
ক'তে মৰোঁ শুকালো খিনালো
ঔ ফুলীয়া গালতে জিলিকা তোৰ
সৰু সেই তিলটোৱে
ৰাতি মোক শুব নিদিয়ে
আলফুলীয়া দুহাতৰ টিকটিকিয়া
জেতুকাৰ বোল বোৰে
ৰাতি মোক শুব নিদিয়ে
সৰু দৈয়া জাপি
দুহাতে ঘুৰাই ঘুৰাই
নাচিলি নচুৱালি মোক
হেপাহে হুতাহে ভাগৰি নপৰোঁ
পলুৱাই নিনিমেই তোক
সৰু দৈয়া জাপি
দুহাতে ঘুৰাই ঘুৰাই
নাচিলি নচুৱালি মোক
হেপাহে হুতাহে ভাগৰি নপৰোঁ
পলুৱাই নিনিমেই তোক
কি কৰোঁ, কি কৰোঁ
ক'তে মৰোঁ শুকালো খিনালো
কি কৰোঁ, কি কৰোঁ
ক'তে মৰোঁ শুকালো খিনালো
ঔ ফুলীয়া গালতে জিলিকা তোৰ
সৰু সেই তিলটোৱে
ৰাতি মোক শুব নিদিয়ে
আলফুলীয়া দুহাতৰ টিকটিকিয়া
জেতুকাৰ বোল বোৰে
ৰাতি মোক শুব নিদিয়ে
ঔ ফুলীয়া গালতে জিলিকা তোৰ.
NAJNOWSZE ALBUMY ZUBEEN GARG (38)
- Pokaż wszystkie