TEKST PIOSENKI SUP THAK SUP THAKW WYKONANIU ZUBEEN GARG
চুপ থাক চুপ থাক
ছোৱালীৰ মাক
একো নকবি মোক
কথা শুনিলে জ্বৰ উঠে
চুপ থাক চুপ থাক
ছোৱালীৰ মাক
একো নকবি মোক
কথা শুনিলে জ্বৰ উঠে
চপাই আনিলো তোক
যিদিনাৰে পৰা
লেঠা নেৰা নেপেৰা
নুবুজ তই
তথাপি মৰো তোৰ মৰমতে
চুপ থাক চুপ থাক
ছোৱালীৰ মাক
একো নকবি মোক
কথা শুনিলে জ্বৰ উঠে
ইটো নাই, সিটো নাই
বজাৰৰে তালিকা দীঘলিয়া
অ' দীঘলিয়া
জুৰাব নোৱাৰোঁ
গাঠিটো মোৰ ধনে নাই সাঁচতীয়া
অ' সাঁচতীয়া
ঘট গচকা দিনা
কথা দিচিলি কিয়
দুখে সুখে মোৰ
হ'বিহি লগৰীয়া
চপাই আনিলো তোক
যিদিনাৰে পৰা
লেঠা নেৰা নেপেৰা
নুবুজ তই
তথাপি মৰো তোৰ মৰমতে
চুপ থাক চুপ থাক
ছোৱালীৰ মাক
একো নকবি মোক
কথা শুনিলে জ্বৰ উঠে
অ' চুপ থাক চুপ থাক
ছোৱালীৰ মাক
একো নকবি মোক
কথা শুনিলে জ্বৰ উঠে
এচিকুট মৰম লৈ
হেৰা বুলি মাতিবলৈ নিসিকিলি
তই নিসিকিলি
দহোটি বছৰে বাহিৰে ভিতৰে
কেটেৰা মাৰিলি
কেটেৰা মাৰিলি
ছোৱালী কালৰে কথা
পিৰিটিৰে সেই বেথা
মোলৈ মৰো মৰো মন
তোৰ ক'তে এৰিলি
চপাই আনিলো তোক
যিদিনাৰে পৰা
লেঠা নেৰা নেপেৰা
নুবুজ তই
তথাপি মৰো তোৰ মৰমতে
চুপ থাক চুপ থাক
ছোৱালীৰ মাক
একো নকবি মোক
কথা শুনিলে জ্বৰ উঠে
অ' চুপ থাক চুপ থাক
ছোৱালীৰ মাক
একো নকবি মোক
কথা শুনিলে জ্বৰ উঠে
NAJNOWSZE ALBUMY ZUBEEN GARG (38)
- Pokaż wszystkie