TEKST PIOSENKI TUMI JANANEW WYKONANIU ZUBEEN GARG
(লা লা লা লা লা লা লালা লালা)৪
তুমি জানানে সাগৰ গভীৰ কিমান!
মোৰ মৰমৰ গভীৰতাও সিমান
তুমি জানানে আকাশ বিশাল কিমান!
মোৰ মৰমৰ বিশালতাও সিমান
এতিয়া মোৰ চৌপাশে তোমাৰ সুৰৰ গুনগুননি
এতিয়া মোৰ সকলোতে মাথো তুমিয়েই তুমি
(তুমি জানানে কিমান আপোন তুমি)২
তুমি জানানে সাগৰ গভীৰ কিমান
(মোৰ মৰমৰ গভীৰতাও সিমান)২
(যেন সৰগ ঢুঁকি পাওঁ মই এই মৰতত, যেতিয়া তুমি আহি ৰোৱাহি মোৰে কাষত)২
দুবাহুত সাবতি ৰাখা মোক তোমাৰ
তুমি অহাৰ পৰাই মোৰ জীৱন সলনি
সাতো ৰঙীন ৰামধেনুতকৈও ৰঙীন তুমি
(তুমি জানানে কিমান আপোন তুমি)২
তুমি জানানে সাগৰ গভীৰ কিমান
(মোৰ মৰমৰ গভীৰতাও সিমান)২
(প্ৰতিটো উশাহত মোৰ এতিয়া তোমাৰ অনুভৱ, তোমাৰ মৰমৰ কোলাতেই লম জিৰণী ভাগৰত)২
দুয়ো মিলি হম এটি আশা এই ক্ষণত
সপোন সপোন লাগে প্ৰতিপল আজি
তুমি অহাৰ পৰাই জীৱন সলনি
(তুমি জানানে কিমান আপোন তুমি)২
তুমি জানানে সাগৰ গভীৰ কিমান
(মোৰ মৰমৰ গভীৰতাও সিমান)২
(লা লা লা লা লা লা লালা লালা)৩
তুমি জানানে আকাশ বিশাল কিমান
(মোৰ মৰমৰ বিশালতাও সিমান)২
(লা লা লা লা লা লা লালা লালা)২
মিগাং মৃন্ময় মিলি, গাওঁ-বিহগুৰি, ডাক-কামদেৱাল, জিলা-শোণিতপুৰ(অসম), পিন-৭৮৪১৬৯, ফোন-৯৫৭৭০০৬৩৫৬, ৮৪০৪০৯৬৪৯৮, ৮৫৫৭৯৩৫১৪১, ৭৫৭৬৮৫৬১৫২
NAJNOWSZE ALBUMY ZUBEEN GARG (38)
- Pokaż wszystkie